Site icon Guwahati Times

চনু চুদ কিয় ভগৱান ! হাত নথকা অসমৰ ৰাজু আলীক লগাই দিলে হাত

চনু চুদে একাংশৰ বাবে কিয় ভগৱান! এই কথাৰ প্ৰমাণ শেহতীয়াকৈ পুনৰ দিলে দয়াৱান অভিনেতা গৰাকীয়ে। অসমৰ এগৰাকী অসহায় লোকক সহায় কৰি চনু চুদে পুনৰ প্ৰমাণ কৰিলে তেওঁৰ সদায় আৰ্তজনৰ কাষত। অসমৰে ৰাজু আলী নামৰ এগৰাকী শাৰিৰিকভাৱে অক্ষম লোকক সহায় কৰিলে বলিউদৰ এই অভিনেতাগৰাকীয়ে।

অসমৰ ৰাজু আলীৰ নাই দুয়োখন হাত। যাৰ বাবে তেওঁ বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল।  ৰাজুৰ এই অসুবিধা অৱগত কৰিছিল চনু চুদক। অভিনেতাগৰাকীয়ে ৰাজুক লগ ধৰি লগাই দিলে দুখন কৃত্ৰিম হাত। এইগৰাকীয়েই চনু চুদ। কৰোনা কালত আৰ্তজনৰ কাষত থিয় দি চনু চুদে নিজৰ বহল হৃদয়ৰ পৰিচয় দিছিল।

Exit mobile version