Site icon Guwahati Times

কলকাতাৰ দুৰ্গা পূজা মণ্ডপত অভিনেতা চনু সুডৰ প্ৰতিমূৰ্তি

অভিনেতা চনু সুডে লকডাউনৰ সময়ত বিশেষকৈ বিপদত পৰা শ্ৰমিক সকলকে ধৰি বিপদত পৰা বহুজনক সহায় কৰি সকলোৰে হৃদয়জয় কৰিবলৈ সক্ষম হৈছিল ।

তেওঁৰ এই কামৰ প্ৰতি স্বীকৃতি দি কলকাতাৰ কেশোপুৰ প্ৰফুল্ল কানন দুৰ্গা পূজা কমিটিয়ে নিজৰ পূজা মণ্ডপত অভিনেতা জনৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে ।

Exit mobile version