Site icon Guwahati Times

সৃজনগ্ৰামৰ ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত ৰাজদৌল মহৎসৱ বঙাইগাওঁ জিলাকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অগনন ভক্তৰ সমাগম।

আজি বঙাইগাওঁ জিলাৰ সৃজনগ্ৰামত এক উৎসৱ মুখৰ পৰিবেশ সৃজনগ্ৰামৰ আমগুৰি সস্তৰস্থিত শ্ৰীশ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত ৰাজদৌল মোহৎসৱ পালন কৰে।

ঐতিহাসিক ৰঘুনাথ বিগ্ৰহ মন্দিৰটোৰ আছে বিশেষ তাৎপৰ্য্য মন্দিৰটো ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় আৰু অসমৰ ভিতৰত প্ৰথম বহি থকা সেউজীয়া ৰামৰ মূৰ্তি ১৬ শ শতিকাতে স্থাপিত কৰে।

সেয়েহে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ আজিৰ এই বিশেষ দিনটোত সমাগম দেখিবলৈ পোৱা গ’ল।

অভয়াপুৰীৰ পৰা তপন ৰাজবংশীৰ পতিবেদন।

Exit mobile version