তামিলনাডুৰ পৰা অহা ১৬ জন যুৱক জামুগুৰিহাটত উপস্থিত৷

1 min read

চন্দন শৰ্মা: জামুগুৰিহাট:

> জামুগুৰি পৰিপুৰক স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেন্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰে যুৱকসকলক৷

> চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকি তদাৰক কৰে সকলো ব্যৱস্থাৰ৷

>বহি:ৰাজ্যৰপৰা অহা যুৱক যুৱতীসকলক ৰাখিবৰ বাবে চতিয়া সমষ্টিত ৫ টাকৈ কোৱাৰেন্টাইন চেন্টাৰ স্থাপন৷

>সমষ্টিটোলৈ প্ৰায় ৬ হাজাৰ যুৱক ঘুৰি অহাৰ সম্ভাৱনা৷

You May Also Like

More From Author