Site icon Guwahati Times

আপুনি ছানী লিয়নীৰ অনুৰাগী নেকি? এই মাংসৰ দোকানত পাব ১০ শতাংশ ৰেহাই

ছানী লিয়নীৰ ফেন হ’লেই ১০ শতাংশ ৰেহাই। এগৰাকী মাংস বিক্ৰেতাই গ্ৰাহকক আকৰ্ষিত কৰিবলৈ এই পদক্ষেপ লৈছে।

কৰ্ণাটকৰ প্ৰসাদ কে এন নামৰ এগৰাকী মাংস বিক্ৰেতাৰ দোকানত ভিৰ কৰিছে ক্ৰেতাই।

২ বছৰতকৈ বেছি সময় ধৰি কৰ্ণাটকৰ মাণ্ডা জিলাত মাংসৰ দোকান চলাই লোকজনে। আৰপ এতিয়া এই অ’ফাৰ দিয়াৰ পৰা বাঢ়িছে বিক্ৰী।

প্ৰসাদে কৈছে- বহুতে ছানীক স্ৰেফ পৰ্ণ ষ্টাৰ গণ্য কৰে। কিন্তু মই তেওঁৰ সম্পৰ্কে যথেষ্ট পঢ়িছো। তেওঁ সমাজৰ বাবে বহু কাম কৰিছে। মই তেওঁৰ অনুৰাগী।

Exit mobile version