- গুৱাহাটীত যুৱতীৰ চাঞ্চল্যকৰ হ*ত্যা*কাণ্ড!
- ভাড়াঘৰত উদ্ধাৰ প্ৰেমিকা সুস্মিতাৰ মৃতদেহ।
- নিশা প্ৰেমিকৰ সৈতে আছিল যুৱতীগৰাকী।
- হ*ত্যা*ৰ অভিযোগ যুৱতীগৰাকীৰ পৰিয়ালৰ।
- যুৱতীগৰাকী ওদালগুৰিৰ সুস্মিতা বসুমতাৰী।
- ঘটনাৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
ভাড়াঘৰত উদ্ধাৰ মৃতদেশ; কোনে হত্যা কৰিলে সুস্মিতা ক

