Site icon Guwahati Times

১৯৪২ চনৰ জাতীয় শ্বহীদ দয়াল দাস পাণিকা দেৱৰ ৭৯ সংখ্যক শ্বহীদ দিৱস উদযাপন

১৯৪২ চনৰ জাতীয় শ্বহীদ দয়াল দাস পাণিকা দেৱৰ ৭৯ সংখ্যক শ্বহীদ দিৱস উদযাপন সদৌ অসম পাণিকা সমাজ ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বাহিপুখুৰী চাহ বাগিচাৰ উপ শাখাৰ সহযোগত |

উক্ত কাৰ্য্যসূচীত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ দয়াল দাস পাণিকাৰ নাতি বোৱাৰী শ্ৰীমতী মালতী পাণিকা, সন্দিয়া কাৰ্য্যসূচীত বন্তি প্ৰজ্বলন কৰে বিটিচিৰ মাননীয় পাৰিষদ শ্ৰীযুত দীপক মৌৰ দেৱ,সহযোগ কৰে শ্বহীদ দয়াল পাণিকাৰ নাতি বোৱাৰী শ্ৰীযুতা মালতী পাণিকা, সদৌ অসম পাণিকা সমাজৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক শ্ৰীভোলা পাণিকা, পুষ্পঞ্জলি অৰপন কৰে ওদালগুৰি জিলাৰ পাণিকা সমাজৰ সভাপতি শ্ৰীযুত বিনু পাণিকা দেৱ,শিক্ষক তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সভাপতি শ্ৰীযুত ৰামকৰন গোড় দেৱ,সমাজ সেৱক শ্ৰীজীৱন ডেকা দেৱ,বাহিপুখুৰী VCDCৰ সভাপতি তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সম্পাদক শ্ৰী লাধু লোহাৰ দেৱ,শিক্ষক তথা বুদ্ধি জীবি সমাজ সেৱক শ্ৰীযুত হেমন্ত মাহাতো দেৱ,শিক্ষক তথা সমাজ সেৱক শ্ৰীযুত জয় নাৰায়ণ মাহাতো দেৱ,চাহ জনজাতি কল্যাণ বিভাগৰ ওদালগুৰি জিলাৰ সভাপতি শ্ৰীযুত কৈলাশ তাতি, লগতে উপস্থিত থাকে ওদালগুৰি জিলাৰ সম্পাদক দিলৰাজ পাণিকা,সাংগঠনিক সম্পাদক শিৱলাল পাণিকা, মাজবাট আঞ্চলিক পাণিকা সমাজৰ সভাপতি ভোলা দাস পাণিকা, সম্পাদক সত্য নাৰায়ণ পাণিকা, আৰু দুয়ো ভাতৃ ছাত্র সংগঠ “আছা”আৰু আটছাৰ সভাপতি, সম্পাদক আৰু বহু সংখ্যক ৰাইজ |

প্ৰতিবেদন মাজবাটৰ পৰা শ্যাম মুন পাণিকা

Exit mobile version