Site icon Guwahati Times

টীয়কৰ হাঁহচৰা চাৰিআলিৰ সমীপত ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত

পথ পাৰ হওতে শিৱসাগৰ অভিমুখে গৈ থকা AS-23CC 1883 নম্বৰ গেছ চিলিণ্ডাৰ কঢ়িয়াই নিয়া ট্ৰাকে মহতিয়াই নিয়ে এজন চাইকেল আৰোহীক

চাইকেল আৰোহী জনৰ নাম প্ৰফুল্ল চাংমাই,ঘৰ হাহঁচৰাৰ শেনচোৱা গাঁৱত, বয়স প্ৰায় ৫৫ বছৰ

ইপিনে ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত গুৰুতৰভাৱে আহত চাংমাইক টীয়ক এফ আৰ ইউ(FRU) লৈই আনে

ইতিমধ্য ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ট্ৰাকখন জব্দ কৰিছে

Exit mobile version