Site icon Guwahati Times

তেজপুৰত মনোনয়ন প্ৰত্যাহাৰ বৃন্দাবন গোস্বামীৰ

তেজপুৰত মনোনয়ন প্ৰত্যাহাৰ কৰিলে বৃন্দাবন গোস্বামীয়ে।

নিৰ্দলীয় প্ৰাৰ্থী ৰূপে বৃন্দাবন গোস্বামীয়ে মনোনয়ন দাখিল কৰিছিল।

উল্লেখযোগ্য যে,অগপৰ পৰা টিকট নাপাই বৃন্দাবন গোস্বামীয়ে মনোনয়ন দাখিল কৰিছিল।

Exit mobile version