BIG BREAKING: শোণিতপুৰৰ কভিড আক্ৰান্ত ট্ৰেভেল হিষ্ট্ৰী ফাদিল ।

1 min read

চন্দন শৰ্মা: শোণিতপুৰ জিলাৰ ইটাখোলা বালিজুৰিৰ ৬০ বছৰীয়া টোকাও গয়াৰী (কভিড ১৯ পজিটিভ ) ট্ৰাকেৰে অহিয়েই গা বেয়া হোৱাৰ বাবে TMC ত ভৰ্তি কৰিছিল৷

তেখেতে ঘৰতে কৰেণ্টাইনত আছিল ৷

তেখেতৰ Contact history ত তেজপুৰৰ লৈ গুৱাহাটীৰ ASTC বাচ এ এচ 20 /2041 খনৰ 17 নম্বৰ চিট বহি আহিছিল লোক জন ।

বাছ খনৰ চালক ৰিতু দৈমাৰী আৰু কন্ডাক্টৰ হিচাপে আছিল জয়ন্ত সিঙ ।

বাছ খনৰ যাত্ৰী হিচাপে আছিল এচ বেনাৰ্জী, বাণীকান্ত তালুকদাৰ, পুস্পা ছেত্ৰী , মাজিনা বেগভ ,এইচ কে নাথ , দিলীপ শইকীয়া আৰু 17 নম্বৰ চিট আছিল সেই লোকজন ।

বিশ্বনাথ জিলাৰ চিনাক্ত হোৱা ক’ৰোনা আক্ৰান্ত টক গয়াৰী পশ্চিমবংগৰ পৰা খোজকাঢ়ি আহি অসম, বাচ-ট্ৰাকে আহি তেজপুৰ পাইছিল।

তেজপুৰৰ পৰা ‘ৰাহুল(আপেল)’ নামৰ চালক জনৰ টেম্পোত ইটাখোলা, বালিজুৰীলৈ যায়|

১৪ তাৰিখৰ দিনা টেম্পো খনত ৰোগী জনৰ লগত আহিছিল চালকসহ ৫জন।ইয়াৰে কেতেকীবাৰিৰ এজন যুৱক, সোনাবিলৰ এজন, বালিপৰাৰ এজন যাত্ৰী অহা বুলি জানিব পৰা গৈছে।

You May Also Like

More From Author