fbpx
October 18, 2021

Three rhino poachers along with arms ammunition, silencer, and ultra modern scope mount arrested .

বোকাখাতৰ বহিখোৱাত বনবিভাগ-আৰক্ষীৰ যুটীয়া অভিযানত তিনি চোৰাংচিকাৰীক অস্ত্ৰসহ আটক।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনা কৰি থাকোতেই আটক দলটোক। চিকাৰীৰ দলটোৰ পৰা উদ্ধাৰ থ্ৰী নট থ্ৰী ৰাইফল এটা, এটা নাইট ভিজন বাইন’কুলাৰ, ১৫ জাঁই সজীৱ গুলী।

Staff report, Guwahati Times Media.

error: Content is protected !!
%d bloggers like this: