গুৱাহাটীত বাঘৰ সন্ত্ৰাস

0 min read

গুৱাহাটীত বাঘৰ সন্ত্ৰাস।
মহানগৰীৰ আহোমগাঁৱত নাহৰফুটুকীৰ আক্ৰমণত ৩জন বনকৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত।


তিনিওজনকে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে আয়ুৰছুন্দ্ৰা ছুপাৰ স্পেচিয়েলিটী হাস্পতালত।

You May Also Like

More From Author