Site icon Guwahati Times

আজি কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহ

দায়িত্বভাৰ গ্রহণৰ পাছতে প্রশাসনত ব্যাপক সংস্কাৰ অনা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি প্রথমবাৰৰ বাবে ৰাজধানী দিছপুৰৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰে। কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্ত সমূহ জানিবলৈ দিয়ে। আজি কেবিনেটৰ সিদ্ধান্ত সমূহ এনে ধৰণৰ

নৱেম্বৰৰ প্ৰথম সপ্তাহত পৰৱৰ্তী কেবিনেট

বঙাইগাঁৱত হ’ব পৰৱৰ্তী কেবিনেট

প্ৰতিমাহত দিছপুৰৰ বাহিৰত এখনকৈ বৈঠক

ডিচেম্বৰত হাফলঙত হ’ব কেবিনেট বৈঠক

অবিচি চাৰ্টিফিকেট ইমান দিনে অবিচি ব’ৰ্ডে দি আহিছিল, কিন্তু এতিয়াৰে পৰা জনগোষ্ঠীটোৱে দিব পাৰিব প্ৰমাণ পত্ৰ।

ট্ৰাইবেল বেল্টৰ মাটি বিক্ৰীক লৈ নতুন সিদ্ধান্ত

৮৯ গাঁৱক লৈ নতুন ট্ৰাইবেল বেল্ট গঠন

কাগজ কলৰ বাবে ৭০০ কোটিৰ পেকেজ দিয়া হ’ব বুলি সিদ্ধান্ত

বান নিয়ন্ত্ৰণৰ বাবে ১৫০ কোটি টকা কাৰ্য

ধেমাজিৰ বাবে ৪৩৩ কোটি ধাৰ্য কৰা হৈছে বৈঠকত

ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ বাবে ৫০ কোটি ধাৰ্য

১৮৩ কোটি ধাৰ্য জিলাখনৰ চাৰি সমষ্টিক সামৰি পথ নিৰ্মাণৰ বাবে

৫০ কোটি টকাৰে ধেমাজিত হ’ব নতুন ষ্টেডিয়াম

ডিব্ৰুগড়, শিলচৰ পৌৰসভা পৌৰ নিগমলৈ উন্নীত

মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে ১৮০০ কোটি টকা

১১ লাখ মহিলাই পাব ২৫ হাজাৰকৈ টকা

Exit mobile version