Site icon Guwahati Times

দৈনিক কেঁচা হালধি খাওক আৰু সুস্থ থাকক

আপোনাৰ ঘৰৰ বাৰীতে পোৱা অথবা অতি সহজলভ্য হালধি হ’ব পাৰে দিব্য ঔষধি। হালধিৰ বহু গুণাগুণৰ বিষয়ে আপোনালোৰ নিশ্চয় জ্ঞাত। হালধিৰ জৰিয়তে আপুনি লাভ কৰিব পাৰে ৰোগ প্ৰতিৰোধৰ ক্ষমতা।

Journal Of General Virology শীৰ্ষক এখন আলোচনীত প্ৰকাশ পোৱা মতে হালধিত আছে বহু কেইটা ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা। ক’ৰোনাকে ধৰি ডায়েৰিয়া, ডিহাইড্ৰেছনকে ধৰি সংক্ৰমণ হোৱা ৰোগসমূহৰ প্ৰতিৰোধত হালধিৰ গুণাগুণ অপৰিসীম। গতিকে দোকানত উপলব্ধ হালধিতকৈ যদি কেঁচা হালধি খাব পাৰে ই নিশ্চয়কৈ সুফল পাব বুলি প্ৰকাশ পাইছে। হালধিৰ দ্বাৰা ছালৰো বহু ৰোগৰ লগতে গেষ্ট্ৰ’ৰ বহু ৰোগৰ পৰা উপশম পোৱা যায়।

গতিকে দৈনিক কেঁচা হালধি খাওক আৰু সুস্থ থাকক।

Exit mobile version