Site icon Guwahati Times

ন ৰূপত আহি আছে কিয়াৰা আদৱানী, ২০২২-২৩ বৰ্ষৰ কিয়াৰাৰ চিনেমাৰ তালিকা

Kiara's ability to carry shimmer is undeniable. This gown enhances her chest and the slit gives it an extra edge, making it a total show-stopper.

কিয়াৰা আদৱানীয়ে ফগলি (২০১৪) নামৰ এখন অজ্ঞাত চলচ্চিত্ৰৰ জৰিয়তে অভিনয় আৰম্ভণি কৰিছে, কিন্তু আজি তেওঁ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী, তেওঁ দক্ষিণ ভাৰতীয় বহুতো চলচ্চিত্ৰ নিৰ্মাতাৰ প্ৰথম পছন্দ হৈ পৰিছে।

কিয়াৰাই প্ৰথমে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ পত্নী সাক্ষীৰ চৰিত্ৰত ধোনী: দ্য আনটোল্ড ষ্টৰী (২০১৬) নামৰ বায়োপিকত অভিনয় কৰি অনুৰাগীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। য’ত, সুশান্ত সিং ৰাজপুতে ধোনীৰ চৰিত্ৰত অভিনয় কৰিছে।

আব্বাছ-মুস্তান যুটিয়ে মেচিনৰ জৰিয়তে আব্বাছৰ পুত্ৰ মুস্তাফাক মুকলি কৰিছে (২০১৭), যিখন কিয়াৰাৰ তৃতীয় খন চলচ্চিত্ৰ আৰু এইখন ফ্লপ হৈছে। কিন্তু তেওঁ কবীৰ সিং (২০১৯), গুড নিউৱজ (২০১৯), আৰু শ্বেৰশাহ (২০২১)ৰ সৈতে সুন্দৰ প্ৰত্যাৱৰ্তন কৰিছে। এই উত্তেজনাপূৰ্ণ ব্লকবাষ্টাৰ চলচ্চিত্ৰকেইখনৰ পিছত, কিয়াৰা আদৱানীৰ হাতত কেইবাটাও প্ৰকল্প আহিছে।

কিয়ৰাৰা ২০২২-২৩ বৰ্ষৰ চিনেমাকেইখনঃ

১. ভুল ভুলাইয়া: ২০ মে’ ২০২২, কাৰ্তিক আৰ্য়ান, কিয়াৰা আদৱানী আনিস বাজমী ভূষণ কুমাৰ আছে।

২. গোবিন্দা নাম মেৰা: ১০ জুন ২০২২, কিয়াৰা আদৱানী, বিকি কৌশল, ভূমি পেডনেকাৰ, শশাংক খৈতান, কৰণ জোহৰ।

৩. জুগ জুগ জীয়ো: ২৪ জুন ২০২২, বৰুণ ধাৱান, কিয়াৰা আদৱনী ৰাজ মেহতা, কৰণ জোহৰ।

৪. সত্যনাৰায়ণ কি কথা: কাৰ্তিক আৰ্য়ান, কিয়াৰা আদৱানী, সমীৰ বিদৱানছ, চাজিদ নাদিয়াদৱালা।

৫. এছ ভি চি ৫০: ৰামচৰণ তেজা, কিয়াৰা আদৱানী, শংকৰ।

Exit mobile version