Site icon Guwahati Times

মূত্ৰনলীৰ সংক্ৰমণ সমস্যাৰে যুঁজিছে নেকি? চিন্তা নকৰিব, আছে ঘৰুৱা প্ৰতিকাৰ!

ইউটিআই (Urinary tract infection) বা মূত্ৰনলীৰ সংক্ৰমণত বহুলোক আক্ৰান্ত হোৱা দেখা যায়। বিশেষকৈ গ্ৰীষ্মকালত এই ৰোত অধিক পৰিমাণে লোক আক্ৰান্ত হোৱা দেখা যায়।পুৰুষ আৰু মহিলা উভয়েই এই ৰোগত আক্ৰান্ত হয় যদিও,  মহিলাৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়।

এই ৰোগৰ মুখ্য কাৰণ হৈছে, যৌনাংগ পৰিষ্কাৰলৈ নৰখা। আনহাতে অন্যান্য কাৰণবোৰৰ ভিতৰত আছে, গৰ্ভনিৰোধক বড়ি অত্যাধিক ব্যৱহাৰ, প্ৰস্ৰাৱ ৰাখি থোৱা, কিডনীত পাথৰ হ’লে, মনোপোজ পিৰিয়ড, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পালে, অত্যাধিক এণ্টিবায়টিক ব্যৱহাৰ কৰিলে এই সমস্যাই দেখা দিয়াৰ সম্ভাৱনা থাকে।

ইউটিআই সংক্ৰমণ E-Coli বেক্টেৰিয়াৰ ফলত হয়। মূত্ৰাশয় আৰু প্ৰস্ৰাৱ নলীবোৰ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হ’লে এই সমস্যা হয়। ইউটিৰ বহুতো লক্ষণ থাকিব পাৰে, যেনে মূত্ৰাশয়ৰ স্তৰ ফুলা, প্ৰস্ৰাৱ কৰোতে বিষ বা জ্বলা-পোৰা, পেটৰ বিষ আৰু জ্বৰ।

আপুনি ইউটিআইৰ পৰা পৰিত্ৰাণ পাবলৈ এই ঘৰুৱা প্ৰতিকাৰবোৰ গ্ৰহণ কৰিব পাৰেঃ

Exit mobile version