||VIDEO|| নগাঁৱত আলফা(স্বা)ৰ পতাকা উত্তোলন কৰা ঘটনা সন্দৰ্ভত প্ৰাক্তন আলফা সহ দুজনক গ্ৰেপ্তাৰ ৷

1 min read

নগাঁৱত আলফা(স্বা)ৰ পতাকা উত্তোলন কৰা ঘটনা সন্দৰ্ভত প্ৰাক্তন আলফা সহ দুজনক গ্ৰেপ্তাৰ ৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধিং ডুমডুমাৰ প্ৰাক্তন আলফা ভাস্কৰ বৰাৰ লগতে পলাশনিৰ নৰেন গোঁহাইক ৷

যোৱা ২৮ নবেম্বৰত আলফাৰ প্ৰতিবাদ দিৱসত নগাঁও চহৰৰ সমীপৱৰ্তী ভোটাইগাঁও খেল পথাৰত আলফা (স্বাধীন)ৰ তিনিখনকৈ পতাকা উৰাইছিল অজ্ঞাত লোকে ৷

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author