Video || হঠাৎ সক্ৰিয় হৈ উঠিছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টচাৰ্য্য ৷

1 min read

হঠাৎ সক্ৰিয় হৈ উঠিছে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টচাৰ্য্য ৷ পানবজাৰ আদৰ্শ প্ৰাথমিক স্কুল পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰী গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলৰ বুজ লোৱাৰ লগতে শিক্ষক শিক্ষয়ত্ৰীৰ লগতো আলোচনাত মিলিত হয় ৷ স্কুল খনৰ বিল্ডিংটো পুনৰ নিৰ্মানৰ বাবে শিক্ষামন্ত্ৰীক বিষটো অৱগত কৰে ৷ স্কুল খনৰ চাট বেৰ আদিত ফাট মেলা দেখা যায় ৷

Dipanjali sarma Report -GTM

You May Also Like

More From Author