Video|| মঙ্গলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হয় ।

1 min read

অনুষ্ঠানত যাদুকৰী বিক্ৰমে এটা বাকচৰ ভিতৰত বন্দী কৰি থলে ২০১৯ বর্ষৰ লোকসভা নিৰ্বাচনৰ ফলাফল । উক্ত বাকচত আছে সাতটা তলা ।

বাকচটোত থকা সাতটা তলা অসমৰ সংবাদ মাধ্যমৰ সাংবাদিক সকলে বন্ধ কৰে । আজিৰ পৰা ২৪ মে’,২০১৯ লৈ গুৱাহাটী প্ৰেছ ক্লাৱৰ জিম্মাত ৰখা হব বাকচটো ।

যাদুক মঞ্চৰ পৰা ৰাজনীতিৰ পথাৰলৈ আনি ৰাইজৰ মাজত এই কলাৰ সজাগতা বৃদ্ধি কৰাৰ এক আশা সুধিয়া প্ৰচেষ্টাৰে ২০১৪ চনৰ লোক সভা নিৰ্বাচনৰ ফলাফলৰ ভৱিষ্যদ্বাণী কৰিছিল যদু সম্ৰাট গৰাকীয়ে ।এই ভৱিষ্যদ্বাণী এশ শতাংশই শুদ্ধ
প্ৰমাণিত হোৱাৰ পিছত ২০১৯ চনৰ লোক সভা নিৰ্বাচনৰ ফলাফলৰ ভৱিষ্যদ্বাণী আগবঢ়াছে ।

Dipanjali Samra Report-GTM

You May Also Like

More From Author