||VIDEO|| Dokmoka Lynching : Framing Of Charges Against Accused Today

1 min read

Click to watch video.

 

অভি-নীলৰ হত্যাকাণ্ডৰ সন্দৰ্ভত নগাঁও আদালতৰ গুৰুত্বপূৰ্ণ ৰায় ৷ অভিযুক্ত ৪৭ জন বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ আন কেইবাটাও ধাৰাৰ লগতে ৩০২ আৰু ১৪৯ ধাৰা আৰোপ কৰে আদালতে ৷ এতিয়াৰ পৰা পূৰ্ণাংগ ৰূপত চলিব অভি-নীল হত্যাকাণ্ডৰ গোচৰ ৷ অহা ৫ জানুৱাৰীত প্ৰথম সাক্ষীৰ দিন ধাৰ্য কৰিছে আদালতে ৷ যোৱা ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাৰ পাণজুৰি গাঁৱত সংঘটিত হৈছিল অভি-নীলৰ হত্যাকাণ্ড ৷

Adil Shah report, Guwahati Times Media.

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author