||VIDEO||AJYCP Torch Rally in Nagaon

1 min read

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নগাঁৱত জোঁৰ সমদল ।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দেওবাৰে সন্ধিয়া উত্তাল হৈ পৰে নগাঁও জিলা । জিলাখনৰ নগাঁও চহৰ আৰু ৰাইদঙ্গীয়াত AJYCP য়ে জোঁৰ সমদল বাহিৰ কৰাৰ বিপৰীতে কৃষ্ণাইখাট অঞ্চলত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জোঁৰ সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ৭০ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে । ইফালে এই বিধেয়ক গৃহীত কৰিলে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলিও হুংকাৰ প্ৰদান কৰে জাতীয়- জনগোষ্ঠীয় সংগঠনসমূহে ।

Adil Shah report, Guwahati Times.

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author