24.6 C
Assam
Sunday, October 2, 2022

Featured News

Meghalaya CM Virtually Inaugurates 50 Upgraded Schools

Meghalaya chief minister Conrad K Sangma virtually...

Assam CM inaugurates new flyover in Guwahati

Assam Chief Minister Himanta Biswa Sarma on...

স্কুলীয়া শিশু ছাত্ৰ আৰু এগৰাকী শিক্ষয়িত্ৰীৰ এটা ভাইৰেল ভিডিঅ’, যিয়ে চাইছে সিয়ে কৰিছে প্ৰশংসা

Assamese Newsস্কুলীয়া শিশু ছাত্ৰ আৰু এগৰাকী শিক্ষয়িত্ৰীৰ এটা ভাইৰেল ভিডিঅ', যিয়ে চাইছে সিয়ে কৰিছে প্ৰশংসা

স্কুলীয়া শিশু ছাত্ৰ আৰু এগৰাকী শিক্ষয়িত্ৰীৰ এটা ভাইৰেল ভিডিঅ’। ভিডিঅ’টোত আছে মৰম লগা ছাত্ৰজনে শিক্ষয়িত্ৰীক বাৰে বাৰে তেওঁক ক্ষমা কৰি দিবলৈ জনোৱা অনুৰোধ আৰু শিক্ষয়িত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়াৰ দৃশ্য।

 

ভিডিঅ’টোৰ আৰম্ভণিতে এগৰাকী শিক্ষয়িত্ৰী ক’লা শাৰী পিন্ধি চকীত বহি আছে। আৰু তেওঁৰ এজন ছাত্ৰই বাৰে আবদাৰৰ সুৰত কৰি আছে অনুৰোধ। ক্ষম বিচৰা হৈছে তেতিয়ালৈ যেতিয়ালৈ শিক্ষকে ক্ষমা কৰি দিয়া নাই। ছাত্ৰগৰাকীয়ে শিক্ষয়িত্ৰীক পতিয়ন নিয়াবলৈ গালত চুমাও দিছে। কিন্তু নাই ক্ষমা পোৱা নাই।

শিক্ষয়িত্ৰীয়ে কৈছে– ‘আপ বাৰ বাৰ বলতে হো এইচে, ফিৰ কৰতে হো বাদমাছি। মে নাৰাজ হু আপছে।”

অৱশ্যে শেষত ছাত্ৰৰ প্ৰবল অনুৰোধ উপেক্ষা নকৰাকৈ নাথাকে শিক্ষয়িত্ৰীগৰাকীয়ে। ১ মিনিটৰ ২৬ ছেকেণ্ডৰ ভিডিঅ’টো চাই বহু লোকে আনন্দিত হয় আৰু মতামত প্ৰকাশ কৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: