ইৰাণ-ইজৰাইলত পুনৰ উত্তেজ*নামূলক পৰিস্থিতি। ইজৰাইলৰ ওপৰত আজি আক্ৰ*মণ কৰিব পাৰে ইৰাণে। G7 দেশসমূহক সতৰ্কবাণী আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিংকেনৰ। বেঞ্জামিন নেতান্যাহুৰ নেতৃত্বাধীন চৰকাৰে ইৰাণৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পৰাকৈ প্ৰাৰম্ভিক আক্ৰমণৰ অনুমোদন দিয়াৰ সম্ভাৱনা।
ইজৰাইলৰ ওপৰত আজি আক্ৰমণ কৰিব পাৰে ইৰাণে!

