Site icon Guwahati Times

বাইহাটা চাৰিআলিত ১ কোটি ২০ লাখ টকাৰ হেৰ’ইন জব্দ

বাইহাটা চাৰিআলিত ১ কোটি ২০ লাখ টকাৰ হেৰ’ইন জব্দ
STFৰ অভিযানত নৈশ বাছৰ পৰা জব্দ ১৫০ গ্ৰাম হেৰ’ইন
ড্ৰাগছসহ বাতেন আলী নামৰ এটা সৰবৰাহকাৰীক আটক
মণিপুৰৰ পৰা অসমলৈ সৰবৰাহ কৰা হৈছিল হেৰ’ইনখিনি
Exit mobile version