বাইহাটা চাৰিআলিত ১ কোটি ২০ লাখ টকাৰ হেৰ’ইন জব্দ

🔴

🔴STFৰ অভিযানত নৈশ বাছৰ পৰা জব্দ ১৫০ গ্ৰাম হেৰ’ইন
🔴ড্ৰাগছসহ বাতেন আলী নামৰ এটা সৰবৰাহকাৰীক আটক
🔴মণিপুৰৰ পৰা অসমলৈ সৰবৰাহ কৰা হৈছিল হেৰ’ইনখিনি

GTM Desk