Category: Top News

ধিঙৰ লালুং গাঁৱত কৃত্ৰিম বানৰ ভয়াৱহ পৰিস্থিতি, পৰিদৰ্শন বিধায়ক মেহবুব মুক্তাৰৰ

ধিঙৰ লালুং গাঁৱত কৃত্ৰিম বানৰ ভয়াৱহ পৰিস্থিতি, পৰিদৰ্শন বিধায়ক মেহবুব মুক্তাৰৰ

নগাঁও: ধিঙ বিধানসভা সমষ্টিৰ ধনীয়াভেটি গাঁও পঞ্চায়তৰ অন্তৰ্গত লালুং গাঁৱত কৃত্ৰিম বানপানীৰ ফলত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতি পৰিদৰ্শন কৰে বিধায়ক মেহবুব মুক্তাৰে। বিধায়কগৰাকীয়ে আজি অঞ্চলটোত উপস্থিত হৈ বানপানীৰ পৰিস্থিতি নিজে