পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰ মাজতে ঢলি পৰিল দৰা। দৰা মাতাল। দৰাৰ নিচা নাভাঙোতে ভাঙিল বিয়া। কাৰণ বিয়াত নবহে কইনা। GTM Desk 3 years ago নিচা হোৱা নাই .. অলপ গা হে বেয়া লাগিছে.. নলবাৰীত হোমৰ গুৰিতে শুই পৰিল মদাহী দৰা Share this: Share on Facebook (Opens in new window) Facebook Share on X (Opens in new window) X More Share on WhatsApp (Opens in new window) WhatsApp Email a link to a friend (Opens in new window) Email Share on LinkedIn (Opens in new window) LinkedIn Share on Telegram (Opens in new window) Telegram