পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰ মাজতে ঢলি পৰিল দৰা। দৰা মাতাল। দৰাৰ নিচা নাভাঙোতে ভাঙিল বিয়া। কাৰণ বিয়াত নবহে কইনা।
নিচা হোৱা নাই ..
অলপ গা হে বেয়া লাগিছে..
নলবাৰীত হোমৰ গুৰিতে শুই পৰিল মদাহী দৰা
গুৱাহাটী টাইমচ
নিচা হোৱা নাই ..
অলপ গা হে বেয়া লাগিছে..
নলবাৰীত হোমৰ গুৰিতে শুই পৰিল মদাহী দৰা