বিগ ব্ৰেকিং নিউজ
Guwahati Times গুৱাহাটী টাইমচ
APSCৰ কেলেংকাৰী প্ৰসংগ সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা বিকাশ কুমাৰ পিঞ্চা , কৌশিক কলিতা আৰু কুনাল দাসক আজি হাজিৰ কৰোৱা হ’ব আদালতত। ১৫৯ /২০১৭ গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।