ৰাজ্য প্ৰশাসনত পুনৰ সালসলনি |

1 min read

ৰাজ্য প্ৰশাসনত পুনৰ সালসলনি

পশ্চিম কাৰ্বি আংলং জিলাত উপায়ুক্ত নিযুক্তি | জিলাখনৰ নতুন উপায়ুক্ত হ’ব ইছফাকুৰ ৰহমান

চিৰাং জিলাৰ DCৰূপে নিযুক্ত গৌতম তালুকদাৰ

কোকৰাঝাৰ জিলাৰ DC হ’ব পাৰ্থপ্ৰতিম মজুমদাৰ

কাৰ্বি আংলঙৰ নতুন উপায়ুক্ত মুকুল শইকীয়া

ললিত গগৈক পৰিবহণ সচিবৰ পৰা অব্যাহতি | গগৈ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ সচিব

নীৰা গগৈ সোণোৱালক পৰিবহণ বিভাগৰ সচিবৰূপে নিযুক্তি | ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব নীৰা

ছাজিদা ইছলাম ৰছিদক স্বাস্থ্য-পৰিয়াল কল্যাণৰ সচিবৰ দায়িত্ব

সমাজ কল্যাণৰ সচিব ছাজিদা ইছলাম ৰছিদ

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author