বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উপমন্যু হাজৰিকাই সংবাদ মেল সম্বোধন কৰি স্পষ্ট ভাবে কয় যে ” খিলঞ্জীয়া সকলে পাইছে পুনৰ এবাৰ প্ৰতিশ্ৰুতিহে”। মাটি থাকিলেহে জাতি থাকিব আৰু জাতি থাকিলেহে ভাষা-সংস্কৃতি থাকিব । সাধাৰণ মানুহৰ বাবে চাকৰি,চৰকাৰী সা-সুবিধাই মুল ৰক্ষা কৱচ । খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে ৩টা পদক্ষেপ অনিবাৰ্য – ১) ১৯৫৭ চনৰ ভিত্তিত সংৰক্ষণ , ২) NRC ৰ পুনৰীক্ষণ ৩) কোনো ধৰনৰ নতুন প্ৰব্ৰজনকাৰীৰ অতিৰিক্ত বোজা জাপি নিদিয়া । গুৱাহাটীৰ পৰা দিপাঞ্জলী শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।
বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উপমন্যু হাজৰিকাই সংবাদ মেল
Posted on by Desk Editor
1 min read
You May Also Like
More From Author
Assembly committee visits Bongaigaon
November 18, 2021
Apple Watch Series 7 up for pre-orders
October 10, 2021