ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা গৃহ বিভাগ এতিয়া কাৰ নিৰ্দেশত চলে ? জনতাৰ সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষীয়ে এতিয়া ব্যস্ত হত্যাকাণ্ডত জড়িত মূল অভিযুক্তক ৰক্ষণা-বেক্ষণ দিয়াত । যাৰবাবে উপায়ন্তৰ হৈ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ।
নগাঁৱৰ পৰা আদিল শ্বাহ।
নগাঁৱৰ মৰঙ্গীয়ালৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড কামৰুজ জামানক গ্ৰেপ্তাৰৰ দাবীত নগাঁৱত প্ৰতিবাদী সমদল ।
Posted on by Desk Editor
1 min read
You May Also Like
More From Author
Assembly committee visits Bongaigaon
November 18, 2021
Apple Watch Series 7 up for pre-orders
October 10, 2021