নগাঁৱত মঞ্জৰীৰ উদ্যোগত চিত্ৰ-ভাষ্কৰ্যৰ প্ৰদৰ্শনী ।

1 min read

নগাঁৱত মঞ্জৰীৰ উদ্যোগত চিত্ৰ-ভাষ্কৰ্যৰ প্ৰদৰ্শনী ।

নগাঁৱত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এখনি চিত্ৰ-ভাষ্কৰ্যৰ প্ৰদৰ্শনী । মঞ্জৰী নামৰ অনুষ্ঠানটিৰ উদ্যোগত নগাঁও চহৰৰ চলাচল ৰেষ্টুৰেন্টত অনুষ্ঠিত হোৱা এই প্ৰদৰ্শনীখনি বন্তি প্ৰজ্বলন কৰি মুকলি কৰে নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই । বিশিষ্ট শিল্পী হেলা দাস , পৰিণীতা বুজৰবৰুৱা আৰু দিপালী মহন্ত কায়েলৰ চিত্ৰ-ভাষ্কৰ্য প্ৰদৰ্শিত হোৱা এই প্ৰদৰ্শনীখনত অসমৰ ভিন্ন প্ৰান্তৰ কলানুৰাগী সকলৰ সমাবেশ দেখিবলৈ পোৱা গৈছে । আগন্তুক ৭ এপ্ৰিলত এই প্ৰদৰ্শনীখনৰ সামৰণি পৰিব ।

Adil Shah Alam report, Nagaon.

You May Also Like

More From Author