বাণিজ্য শাখাৰ স্থান প্ৰাপ্ত শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী-

1 min read

গুৱাহাটী: অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পুৱা ৯ বজাত ঘোষণা কৰিলে এই চূড়ান্ত পৰীক্ষাৰ ফলাফল৷

আজি ঘোষণা হোৱা বাণিজ্য শাখাৰ স্থান প্ৰাপ্ত শীৰ্ষ ১০ গৰাকী শিক্ষাৰ্থী হৈছে-

প্ৰথম স্থান

  • শীৰ্ষ স্থান দখল কৰিছে- কৃষ্ণা মহেশ্বৰী, ছল্ট ব্ৰুক একাডেমী, মুঠ নম্বৰ লাভ কৰিছে- ৪৭১

দ্বিতীয় স্থান

  • হৰপ্ৰীত কৌৰ, সোণাৰী জুনিয়ৰ কলেজ, মুঠ নম্বৰ লাভ কৰিছে-৪৬৮।

তৃতীয় স্থান

  • বিনিতা চাহা– ৰামানুজ গুপ্তা জুনিয়ৰ কলেজ, কাছাৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৬৬।

চতুৰ্থ স্থান

  • জ্ঞানদ্বীপ দুৱৰা, ৰিলায়েন্স জুনিয়ৰ কলেজ, গোলাঘাট, মুঠ নম্বৰ লাভ কৰিছে- ৪৬৫
  • সুৰভী দেৱ, শংকৰদেৱ জুনিয়ৰ কলেজ, হোজাই, মুঠ নম্বৰ লাভ কৰিছে- ৪৬৫।
  • পিউ দাস, দিক্ৰং নেচনেল জুনিয়ৰ কলেজ, লখিমপুৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৬৫।

পঞ্চম স্থান

  • প্ৰেৰণা দুৱৰা, ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়, মুঠ নম্বৰ লাভ কৰিছে- ৪৬০।
  • আস্থা চৌধুৰী– ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়, মুঠ নম্বৰ লাভ কৰিছে- ৪৬০।
  • অংকুৰ জ্যোতি ভূঞা– জে বি কলেজ যোৰহাট, মুঠ নম্বৰ লাভ কৰিছে- ৪৬০।।

ষষ্ঠ স্থান

  • শ্ৰুতি জৈন, ডন বস্ক উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাৰ্বি আংলঙ। মুঠ নম্বৰ লাভ কৰিছে- ৪৫৭।
  • কাৰ্তিক ঢাৰিৱাল-নগাওঁ চৰকাৰী বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়। মুঠ নম্বৰ লাভ কৰিছে- ৪৫৭।

সপ্তম স্থান

  • অৰিজিত্‍ ছাহা– বঙাইগাওঁ কলেজ, মুঠ নম্বৰ লাভ কৰিছে-৪৫৪।
  • ৰোহিত আগৰৱাল, আৰ ডি জুনিয়ৰ কলেজ, মুঠ নম্বৰ লাভ কৰিছে-৪৫৪।

অষ্টম স্থান

  • সুস্মিতা ৰয়, বিবেকানন্দ জুনিয়ৰ কলেজ, কাছাৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৫৩।
  • প্ৰীয়া জৈন, নলবাৰী কমাৰ্চ কলেজ, নলবাৰী। মুঠ নম্বৰ লাভ কৰিছে- ৪৫৩।
  • তৃষ্ণা দেৱী, নলবাৰী কমাৰ্চ কলেজ, নলবাৰী। মুঠ নম্বৰ লাভ কৰিছে- ৪৫৩।
  • মেঘা মজুমদাৰ, শিৱসাগৰ জুনিয়ৰ কলেজ, মুঠ নম্বৰ লাভ কৰিছে- ৪৫৩।

নৱম স্থান

  • আদিত্য দত্ত, ৰামানুজ গুপ্তা জুনিয়ৰ কলেজ, কাছাৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৫২।
  • চিমি দাস, গুৱাহাটী কৰ্মাচ কলেজ, কামৰূপ মেট্ৰ’- ৪৫২।
  • চাগিনা খাতুন– ব্ৰহ্মপুত্ৰ ভেলী একাডেমী, লখিমপুৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৫২।

দশম স্থান

  • নলিনী জামাৰ– এন ই এফ কলেজ, কামৰূপ মেট্ৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৫১।
  • সাক্ষী গোলচ্চা, কে চি দাস কমাৰ্চ কলেজ, কামৰূপ মেট্ৰ’, মুঠ নম্বৰ লাভ কৰিছে- ৪৫১।
  • মধুসূধন শৰ্মা,দিক্ৰং নেচনেল জুনিয়ৰ কলেজ, লখিমপুৰ, মুঠ নম্বৰ লাভ কৰিছে- ৪৫১।

You May Also Like

More From Author