- দিছপুৰ পলিক্লিনিকৰ ৩৮ নাৰ্ছৰ শৰীৰত COVID পজিটিভ
- ২২ গৰাকীৰ শৰীৰত বুধবাৰেই ধৰা পৰিছিল ভাইৰাছ
- আজি নতুনকৈ ১৬ গৰাকীৰ শৰীৰত COVID19 ধৰা পৰিছে
- ৰেপিড টেষ্টত COVID ধৰা পৰিছে এওঁলোকৰ গাত
দিছপুৰ পলিক্লিনিকৰ ১৬ গৰাকী নাৰ্ছৰ শৰীৰত COVID19
Posted on by GTM Desk
1 min read