গুৱাহাটী :মহানগৰৰ চানমাৰিৰ ‘আশীৰ্বাদ এপাৰ্টমেণ্ট’ত গুলী চালনা।বাৰ্থ ডে’ পাৰ্টীত গুলী চলাইছিল এজন অধিবক্তাই।
দামোদৰ ডেকা নামৰ এজন লোকৰ ফ্লেটত সংঘটিত হৈছিল এই কাণ্ড।
জানিব পৰা মতে,দামোদৰ ডেকাৰ জন্মদিনৰ পাৰ্টী আছিল।
মিণ্টু হাজৰিকা নামৰ এজনৰ গাত লাগিছে গুলী।উল্লেখযোগ্য যে,মিণ্টু হাজৰিকা বৰ্তমান জিএনআৰচিত চিকিৎসাধীন।
(দৈনিক জনমভূমি)