- কোকৰাঝাৰত ডিজিপি ভাস্কৰজ্যোতি মহন্ত ।
- কোকৰাঝাৰ আবৰ্ত ভৱনত উচ্চপদস্থ বিষয়াৰে বৈঠক ।
- বিটিচি নিৰ্বাচনৰ আইন -শৃংখলাজনিত পৰিৱেশ সন্দৰ্ভত আলোচনা।
- ভাস্কৰজ্যোতি মহন্তৰ সঁকিয়নি ।
- হিংসাত্মক ঘটনা সংঘটিত কৰিলে ভয়ংকৰ পৰিণতিৰ সন্মুখীন হব লাগিব ।
- ৩০ কোম্পানী নিৰাপত্তাৰক্ষী মজুত আছে ।
- বিটিচিৰ নিৰ্বাচনত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ইতিহাস আছে ।
- সেয়েহে আৰক্ষী প্ৰশাসন আগতীয়াকৈ সাজু হৈছে ।
- হিংসাত্মক ঘটনা সংঘটিত কৰিম বুলি যদি ভাৱিছে তেনেহলে সেয়া মনৰ পৰাৰ পৰিত্যাগ কৰক ।
- হিংসাত্মক ঘটনাৰ পৰিণতি ভয়ংকৰ হব ,কোনোপধ্যেই ৰেহাই দিয়া নহ’ব ।
- মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসম আৰক্ষী দায়বদ্ধ ।
- ভোটাৰে নিৰ্ভয়ে ভোটদান কৰিব পাৰিব ।
- বিটিচিৰ অধিকাংশ ভোটকেন্দ্ৰেই স্পৰ্শকাতৰ আৰু অধিক স্পৰ্শকাতৰ ।
- অসম আৰক্ষীক সহযোগ কৰাৰ আহ্বান ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ ।