দেহৰক্ষীৰ উদাত্ত আগ্নেয়াস্ত্ৰ সহ মৰিয়নীত শুকুৰবাৰে আবিৰ্ভাৱ হোৱা দেখা গল গৰ্গমুনিক। নিমিষতে মুনিৰ আবিৰ্ভাৱৰ এই বাতৰি বিয়পি পৰিল সামাজিক মাধ্যমত ৷ প্ৰকৃততে শুকুৰবাৰে নিশা মৰিয়নীত দেবেৰাপাৰ চাৰিআলিৰ মেজিক-এপে সন্থাই বিশ্বকৰ্মা পূজাৰ উপলক্ষে এক ভাওনা সবাহৰ আয়োজন কৰিছিল । মেজিক ষ্টেণ্ডত অনুষ্ঠিত এই ভাওনাত প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গৰ্গমুনিৰ চৰিত্ৰ ৰূপায়ন কৰিছিল । ভাওনাত ৰূপজ্যোতিয়ে লোৱা ভাও এতিয়া সকলোতে হৈ পৰিছে আলোচনাৰ এক সুন্দৰ বিষয়বস্তু ৷
দেহৰক্ষীৰ উদাত্ত আগ্নেয়াস্ত্ৰ সহ মৰিয়নীত আবিৰ্ভাৱ গৰ্গমুনিৰ
Posted on by GTM Desk
1 min read
You May Also Like
দৰঙত বাঘৰ আক্ৰমণত পুনৰ এজন আহত
November 20, 2024
মহানগৰীৰ মাজমজিয়াৰ পৰা শিশু নিৰুদ্দেশ!
November 16, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024
More From Author
National Press Day Observed in Kamrup
November 17, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024