Advertisement

Year: 2021

‘বুলেট চলাবলৈ সাজু থাককঃ’ ছাত্ৰ সমাজক উদ্দেশ্যি ক’লে হিমন্ত বিশ্ব শৰ্মাই

‘বুলেট চলাবলৈ সাজু থাককঃ’ ছাত্ৰ সমাজক উদ্দেশ্যি ক’লে হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যৰ স্বাস্থ্য শিক্ষা তথা বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সৰভোগত এখন জন সভাত অংশ গ্ৰহণ কৰে। এই সভাতেই মন্ত্ৰী গৰাকীয়ে কয় যে অহা বৰ্ষত ছাত্ৰ সকলক বুলেট প্ৰদান কৰিব।