এতিয়া গ্রীষ্মকাল৷ মাজতে কেইদিনমান গৰম খুব বৃদ্ধি পাইছিল৷ চৰকাৰে ক’ৰোনাৰ সংক্রমণ প্রতিহত কৰিবলৈ সক্ষম হোৱাৰ লগে লগে আনলক প্রক্রিয়া আৰম্ভ হৈছে৷ কল–কাৰখানা খুলিবলৈ লৈছে৷ যান–বাহন চলিবলৈ আৰম্ভ কৰিছে৷ এনে অৱস্থাত
Year: 2022
আমাৰ শৰীৰত যদি কিবা অন্তিক বিসংগতিৰ বাবে মেলানিন নিসৰণ কমি যাবলৈ ধৰে তেতিয়া আমাৰ ছালখনৰ স্বাভাৱিক ৰঙৰ পৰিৱৰ্তন হ’বলৈ ধৰে । লাহে লাহে শৰীৰৰ কোনো ঠাইত বগা ফোট হ’বলৈ ধৰে
নাচপতি ঘৰতে পোৱা এবিধ বহু লোকৰে প্ৰিয় ফল। বহু ঔষধি গুণেৰে পৰিপূৰ্ণ নাচপতি। আপুনি জানি আচৰিত হ’ব যে নাচপতি খালে আপোনাৰ ছাল সুন্দৰ হৈ থকাৰ উপৰিও বহু বেমাৰৰ পৰা দূৰত
প্ৰতিদিনে পৰ্যাপ্ত পানী খোৱাটো সকলোৰে শৰীৰৰ বাবে অতি উপকাৰী। কিন্তু যদি আপোনাৰ গোটেই দিনটো গৰম পানী খোৱাৰ অভ্যাস আছে, তেনেহ’লে ইয়াৰ কিছু সুবিধাৰ লগতে অসুবিধাও আছে। সেইবোৰ কি জানক। খোৱা
নাৰিকল তেলে এলঝেইমাৰ প্রতিৰোধ কৰাত সহায় কৰে৷ পৰিপুষ্টি বিজ্ঞানত প্রমাণ হৈছে যে নাৰিকল তেল যিসকলে খায়, তেওঁলোকৰ হূদৰোগ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্রণত থাকে৷ নিয়মীয়াকৈ নাৰিকল তেল খালে বৃক্কৰ সংক্রমতা প্রতিৰোধ