Year: 2022

চনু চুদ কিয় ভগৱান ! হাত নথকা অসমৰ ৰাজু আলীক লগাই দিলে হাত

চনু চুদ কিয় ভগৱান ! হাত নথকা অসমৰ ৰাজু আলীক লগাই দিলে হাত

চনু চুদে একাংশৰ বাবে কিয় ভগৱান! এই কথাৰ প্ৰমাণ শেহতীয়াকৈ পুনৰ দিলে দয়াৱান অভিনেতা গৰাকীয়ে। অসমৰ এগৰাকী অসহায় লোকক সহায় কৰি চনু চুদে পুনৰ প্ৰমাণ কৰিলে তেওঁৰ সদায় আৰ্তজনৰ কাষত।

আহাৰ বিধি আৰু সু–স্বাস্থ্য!

আহাৰ বিধি আৰু সু–স্বাস্থ্য!

আহাৰ, নিদ্রা, ভয় আৰু মৈথুন– এইকেইটা হৈছে জীৱৰ স্বাভাৱিক প্রবৃত্তি৷ আয়ুর্বেদৰ প্রামাণিক গ্রন্থ ‘অষ্টাংগ হূদয়ম’ত আহাৰ, নিদ্রা আৰু ব্রহ্মচর্যক শৰীৰৰূপী আৱাস নির্মাণৰ তিনিটা উপস্তম্ভ বুলি কোৱা হৈছে৷ এই তিনিটা উপস্তম্ভৰ

কেঁৰা চকু!

কেঁৰা চকু!

ডাঃ বিজুলী গোস্বামী সাধাৰণতে এটা বস্তুৰ ফালে দৃষ্টি নিক্ষেপ কৰিলে মানুহৰ দুই চকুৱে একে সমানে কাম কৰে আৰু দুই চকুৰ ভিতৰত পর্দা বা ৰেটিনা দুটাত একে প্রতিবিম্বৰ সৃষ্টি হয়, মাত্র

কাটাৰ বিশ্বকাপ ফুটবলত অংশগ্রহণৰ সুযোগ গীতিকা তালুকদাৰৰ

কাটাৰ বিশ্বকাপ ফুটবলত অংশগ্রহণৰ সুযোগ গীতিকা তালুকদাৰৰ

অহা ২০ নৱেম্বৰৰ পৰা কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপত উত্তৰ–পূর্বাঞ্চলৰ পৰা অংশগ্রহণৰ সুযোগ লাভ কৰিছে জ্যেষ্ঠ ক্রীড়া সাংবাদিক তথা ফটোগ্রাফাৰ গীতিকা তালুকদাৰে৷ বিশ্বৰ আগশাৰীৰ এই ফুটবল মহাৰণৰ বা–বাতৰি সংগ্রহৰ বাবে