Year: 2022

ভূৱনেশ্বৰত “ভাৰত ৰঙ্গ মহোৎসৱ-২০২২”ত পুৰণিগুদামৰ অবিনশ্বৰ গোষ্ঠীয়ে মঞ্চস্থ কৰিব অসমীয়া নাট “ফুলগুৰি ধেৱা”

ভূৱনেশ্বৰত “ভাৰত ৰঙ্গ মহোৎসৱ-২০২২”ত পুৰণিগুদামৰ অবিনশ্বৰ গোষ্ঠীয়ে মঞ্চস্থ কৰিব অসমীয়া নাট “ফুলগুৰি ধেৱা”

নিউজ ব্যুৰ’,নগাঁও,২১জুলাই:–নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দ্বাৰা ”আজাদী কা অমৃত মহোৎসৱ”ৰ সহযোগত ২২ সংখ্যক “ভাৰত ৰঙ্গ মহোৎসৱ”টিৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে । ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ হোৱা