Year: 2022

নগাঁৱৰ বঢ়মপুৰ প্ৰেছ ক্লাৱৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁৱৰ বঢ়মপুৰ প্ৰেছ ক্লাৱৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

নিউজ ব্যুৰ’,নগাঁও,৮জুলাই- নগাঁও জিলাৰ বঢ়মপুৰ প্ৰেছ ক্লাৱৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । এই উপলক্ষে বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ