Year: 2022

আগন্তুক অম্বুবাচী মেলাৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা মন্ত্ৰী বিমল বৰাৰ

আগন্তুক অম্বুবাচী মেলাৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা মন্ত্ৰী বিমল বৰাৰ

দুবছৰীয়া সুদীৰ্ঘ অপেক্ষাৰ অন্তত, পৱিত্ৰ অম্বুবাচী মেলা অহা ২২-২৬ জুন, ২০২২ পৰ্যন্ত নীলাচলৰ নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত কামাখ্যা ধামত অনুষ্ঠিত হ’ব। আজি গুৱাহাটীত পৰ্যটন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আগন্তুক অম্বুবাচী