Year: 2022

চিলাপথাৰৰ  বিভিন্ন অঞ্চলত ধুমুহাৰ তাণ্ডৱ

চিলাপথাৰৰ বিভিন্ন অঞ্চলত ধুমুহাৰ তাণ্ডৱ

চিলাপথাৰৰ ডিমৌত শুক্ৰবাৰে সন্ধিয়া ৬ মান বজাত  হঠাৎ অহা বিধ্বংসী ধুমুহাৰ  ফলত দিজমুৰ, শ্যামজুলীকে ধৰি কেইবাখনো গাঁৱত অৰ্ধশতাধিক  পৰিয়ালৰ ঘৰ ,ভড়ালৰ টিনপাত উৰোৱাই ভাঙি লণ্ড ভণ্ড কৰে। ফলত ওৰেনিশা কোনোৰকম