Year: 2022

চেলেংহাটত সাংসদ-বিধায়কৰ সুমতি কামনাৰে ৰাইজে পাতিলে যজ্ঞ

চেলেংহাটত সাংসদ-বিধায়কৰ সুমতি কামনাৰে ৰাইজে পাতিলে যজ্ঞ

মৰিয়নিত আয়োজন কৰা হৈছে এক বিশেষ যজ্ঞ। পুৰোহিতৰ মন্ত্ৰোচৰানত মুখৰিত হৈছে যজ্ঞ স্থলী।যজ্ঞত অংশগ্ৰহণ কৰিছে পুৰুষ মহিলা শিশুকে ধৰি বহু সংখ্যক লোকে।এই যজ্ঞ কোনো অপায় অমংগল নাশ কৰিবলৈ বা ভগৱানক