Year: 2022

পথৰ দুৰৱস্থা আৰু কৃত্ৰিম বানক লৈ শিৱসাগৰত ৰাইজৰ প্ৰতিবাদ

পথৰ দুৰৱস্থা আৰু কৃত্ৰিম বানক লৈ শিৱসাগৰত ৰাইজৰ প্ৰতিবাদ

আহোম স্বৰ্গদেউ সকলে নিৰ্মাণ কৰোৱা শিৱসাগৰৰ ঐতিহাসিক দুৱৰণী আলিৰ দুৰৱস্থা।স্থানীয় ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ।পথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক ৰাইজে।স্থানীয় বিধায়ক মূর্দাবাদৰ ধ্বনিৰে উত্তাল মেটেকা আমগুৰি গাওঁ।উল্লেখযোগ্য যে শিৱসাগৰ