Advertisement

Year: 2022

বৈবাহিক ধৰ্ষণ অপৰাধ হয় নে? দিল্লী উচ্চ ন্যায়ালয়ে কি ক’লে?

বৈবাহিক ধৰ্ষণ অপৰাধ হয় নে? দিল্লী উচ্চ ন্যায়ালয়ে কি ক’লে?

বৈবাহিক ধৰ্ষণ অপৰাধ হয় নে নহয়, ইয়াকে লৈ দিল্লী উচ্চ ন্যায়ালয়ে (Delhi High Court) কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে। উচ্চ ন্যায়ালয়খনৰ দুই ন্যায়াধীশৰ বিচাৰপীঠে বৈবাহিক ধৰ্ষণৰ ওপৰত পৃথক ৰায় দিয়ে।