চিকিৎসালয়ত মাতৃক দেখি উচুপি উঠিল ৮৭ বছৰীয়া পুত্ৰ । আজি কলিজা আইতাৰ খবৰ ল’বলৈ চিকিৎসালয়লৈ আহিল তেওঁৰ সৰু পুত্ৰ।
নিজেও চিকিৎসাৰ বাবে যোৱা এমাহ ধৰি বেংগালোৰতে আছিল যদিও মাতৃৰ অসুস্থ হোৱাৰ খবৰ পোৱাৰে পৰা খবৰ কৰি আছিল সৰু পুত্ৰই।
তেওঁক সৰু পুত্ৰই লগতে ৰাখিব বিচাৰিছিল যদিও তেওঁ আশ্ৰমত লগ সমনীয়া পাব বুলি আশ্ৰমতে থাকিল ।