‘গুৱাহাটীক কৃত্ৰিম বানৰ পৰা মুক্ত কৰিবলৈ শিলসাঁকোৰ নিষ্কাষণ অত্যন্ত জৰুৰী’।
শিলসাঁকোৰ উচ্ছেদ সন্দৰ্ভত কি কি ক’লে নাৰায়ন ডেকাই?
- ২৭ ফেব্ৰুৱাৰীত শিলসাঁকোত পুনৰ চলিব উচ্ছেদ।
- উচ্ছেদস্থলীত বিশাল আৰক্ষী বাহিনী মোতায়েন। শিলসাঁকো বিল বেদখলমুক্ত কৰাৰ বাবে প্ৰশাসনৰ উচ্ছেদ অভিযান। ইফালে উচ্ছেদস্থলীত উপস্থিত হৈছে ঘৰৰ গৰাকী।
- দৈমাৰী উপাধিৰ ব্যক্তিৰ পৰা মাটি ক্ৰয় কৰাৰ দাবী।